Surah 109 · 6 verses · Shaykh Rafeequl Islam Habibur Rahman

Surah Al-Kafirun in Assamese

In English with tafsir

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

109:1

قُلۡ يَٰٓأَيُّهَا ٱلۡكَٰفِرُونَ

কোৱা, ‘হে কাফিৰসকল

109:2

لَآ أَعۡبُدُ مَا تَعۡبُدُونَ

তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ

109:3

وَلَآ أَنتُمۡ عَٰبِدُونَ مَآ أَعۡبُدُ

আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়

109:4

وَلَآ أَنَا۠ عَابِدٌ مَّا عَبَدتُّمۡ

আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা।

109:5

وَلَآ أَنتُمۡ عَٰبِدُونَ مَآ أَعۡبُدُ

আৰু মই যাৰ ইবাদত কৰোঁ তোমালোকেও তাৰ ইবাদতকাৰী নহয়।

109:6

لَكُمۡ دِينُكُمۡ وَلِيَ دِينِ

তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।

Translation: Shaykh Rafeequl Islam Habibur Rahman.